অকণিৰ ছবি: সনভ দাস

  • Published on 02 Jun 2023
অকণিৰ ছবি: সনভ দাস

সনভ সনভ সনভ

সনভ দাস নগাঁও মিছন হাইস্কুল, নগাঁৱৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ।

অকণিহঁত, তোমালোকে অঁকা ছবি আমালৈ পঠাব বিচাৰিলে [email protected] ইমেইল ঠিকনাত কমেও ছখন ছবি ভালকৈ ফটো তুলি পঠাবা (বেছিকৈ পঠালে ভাল)।