অকণিৰ ছবি: আৰুশ সোণোৱাল

  • Published on 29 Jun 2023
অকণিৰ ছবি: আৰুশ সোণোৱাল

শিশুৰ ছবি শিশুৰ ছবি শিশুৰ ছবি শিশুৰ ছবি শিশুৰ ছবি শিশুৰ ছবি

আৰুশ সোণোৱাল চেইণ্ট ষ্টিফেন স্কুল, দমদম (কলকাতা)ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ।

অকণিহঁত, তোমালোকে অঁকা ছবি আমালৈ পঠাব বিচাৰিলে [email protected] ইমেইল ঠিকনাত কমেও ছখন ছবি ভালকৈ ফটো তুলি পঠাবা (বেছিকৈ পঠালে ভাল)।